হিছনুল মুছলিম
Assamese — অসমীয়া
হিছনুল মুছলিম
<h2><span style="color: #0000ff;"><strong>হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।</strong></span></h2>